Thursday , April 25 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

বিশ্বনাথত পুনৰ চাঞ্চল্যকৰ কাণ্ড : টুপী নিপিন্ধিবলৈ ভাবুকি ইছলাম লোকক ( ভিডিঅসহ)

বিশ্বনাথত বিজেপি নেতাৰ গুণ্ডামিঃ FNR বিশ্বনাথৰ সহযোগত হালিমা বেগম  : নিৰীহ লোকক মাৰধৰ কৰাৰ লগতে সংখ্যালঘু এজন লোকৰ ধৰ্মীয় টুপি নিপিন্ধিবলৈ ভাবুকি প্ৰদান কৰি ৰঙা ঘৰৰ আলহী হল বিশ্বনাথৰ বিজেপি নেতা তপন হাজৰিকা। বিশ্বনাথ কাণ্ডৰ উত্তেজনা মাৰ নৌযাওতে পুনৰ বিশ্বনাথত বিজেপি নেতাৰ গুণ্ডাৰ আক্ৰমনৰ বলি হল নিৰীহ খাটি খোৱা ধৰ্মীয় …

Read More »

ওপজা গাঁও হাতীয়েখোৱাত ড° নগেন শইকীয়াৰ ৰাজহুৱা সম্বৰ্ধনা

ওপজা গাঁও হাতীয়েখোৱাত ড° নগেন শইকীয়াৰ ৰাজহুৱা সম্বৰ্ধনা : গোলাঘাট ২৫ এপ্ৰিল : অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ,সাহিত্য অকাডেমিৰ ফেল’ সন্মানেৰে বিভূষিত ,মিতভাষৰ স্ৰষ্টা ড° নগেন শইকীয়া দেৱক তেখেতৰ ওপজা গাঁও গোলাঘাটৰ হাতীয়েখোৱাত দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ, বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান ,সংগঠনৰ উদ্যোগত আৰু গোলাঘাট জিলাবাসীৰ সহযোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজহুৱা সম্বৰ্ধনাৰ …

Read More »