Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অখিল গগৈ আৰু ৭০টা সংগঠনৰ সংবাদমেল

অখিল গগৈ আৰু ৭০টা সংগঠনৰ সংবাদমেল

 

ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, অখিল গগৈ আৰু ৭০টা সংগঠনে আজি সংবাদমেলৰ আয়োজন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬‘ বিৰোধিতাৰ বাবে আমি একত্ৰিত হৈছিলোঁ, নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত আমি পুনৰ একত্ৰিত হৈছোঁ, বিজেপিয়ে শাসনলৈ আহিলেই এই বিধেয়ক গৃহীতৰ হুংকাৰ দিছে, অসমবাসীৰ তীব্ৰ প্ৰতিবাদত গুৰুত্ব দিয়া নাই।’এই– মন্তব্য অখিল গগৈৰ। ‘হিন্দু বাংলাদেশীক অসমলৈ আনিবলৈ বদ্ধপৰিকৰ হৈছে, সেয়ে অগপ, বিজেপি, বিপিএফ আৰু এ আই ইউ ডি এফ ক বৰ্জনৰ আহ্বান জনাইছে কৃষক নেতা গগৈয়ে।

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *