Wednesday , March 20 2019
Home / ৰাজনীতি / অগপ বিজেপিৰ মিত্ৰতা ভংগ হোৱাটো নিশ্চিত

অগপ বিজেপিৰ মিত্ৰতা ভংগ হোৱাটো নিশ্চিত

 

ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ, অগপ আৰু বিজেপিৰ মিত্ৰতা ভংগ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। বিজেপি সভাপতি অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ অগপৰ। বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ দিশে আঞ্চলিক দলটো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ। বিধেয়কখন গৃহীত হ’লে নাথাকে অগপ-বিজেপিৰ মিত্ৰতা এই কথা উল্লেখ কৰিছে অমিত শ্বাহলৈ পঠিওৱা পত্ৰত। এই কথা জনালে অগপ সভাপতি অতুল বৰাই।

About Staff Reporter

চাব পাৰে

উত্তৰ–পূবৰ ৫ ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

  ষ্টাফৰিপৰ্টাৰ, উত্তৰ–পূবৰ ৫ ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষনা কৰা হৈছে। পূব অৰুণাচলত জেমছ ৱাংলাটক …

Leave a Reply

Your email address will not be published. Required fields are marked *