Thursday , December 12 2019
শেহতীয়া খবৰ
Home / মহানগৰ / অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ

অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ

 

ষ্টাফৰিপৰ্টাৰ: ১৬ নৱেম্বৰ: অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ কৰিছে। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সাংবাদমেল যোগে এই কথা সদৰী কৰে
এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ ৰেডিয়েছন অংকলজী বিভাগৰ মূৰব্বী চিকিৎসক ডাঃ আয়ান বসুৱে। তেওঁ লগতে কয় “অসম চৰকাৰৰ সৈতে হোৱা এই চুক্তিৰ জৰিয়তে এইটো নিশ্চিত হ’ব যে ৰাজ্যখনৰ নিম্ন আয়ৰ পৰিয়ালৰ ৰোগী সকলক এক পূৰ্ণপৰ্যায়ৰ কৰ্কট ৰোগৰ চিকিৎসা উপলব্ধ কৰিব পৰা যাব। অধিকাংশ ৰোগীয়ে যাতে চিকিৎসা সন্দৰ্ভত ভাল ফলাফলৰ বাবে ঘৰৰ পৰা যাতে দূৰলৈ যাব নালাগে,এইটোৱেই আমাৰ প্ৰধান উদ্দেশ্য”। উল্লেখযোগ্য যে, শেহতীয়াকৈ এই আইচচিজি ইকেঅ ‘হাস্পতাল খনে মেৰু ৰজ্জু সংৰোপন গোটৰো কাম আৰম্ভ কৰা বুলি আজি সংবাদমেলত সদৰী কৰে।

About Staff Reporter

চাব পাৰে

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *