Thursday , July 18 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ

অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ

 

ষ্টাফৰিপৰ্টাৰ, ১১ মে’ : অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। গোচৰ ৰুজু কৰিলে অসম আন্দোলন সংগ্ৰামী মঞ্চই। বিজেপি সভাপতিজনে আদালতক অৱমাননাৰ অভিযোগ উত্থাপন কৰা হৈছে। এন আৰ চি ক লৈ কৰা মন্তব্য সন্দৰ্ভত সংগ্ৰামী মঞ্চৰ ক্ষোভ। অমিত শ্বাহৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ মন্তব্য সন্দৰ্ভতো ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

About Staff Reporter

চাব পাৰে

প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ১০ জুন, প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডে আজি শেষ নিশ্বাস ত্যাগ …

Leave a Reply

Your email address will not be published. Required fields are marked *