Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / মহানগৰ / অম্বুবাচী মেলাৰ প্রস্তুতি তুংগত

অম্বুবাচী মেলাৰ প্রস্তুতি তুংগত

 

ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুস্থিত হব অম্বুবাচী মেলা।২২ জুনৰ নিশা ১ বাজি ৪০ মিনিট ১৮ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ দুপৰীয়া ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত হব নিবৃত্তি।মেলাৰ বাবে বিশেষ তৎপৰ হৈ পৰিছে আৰক্ষী-পৰিচালনা সমিতি৷ এইবাৰো লক্ষাধিক ভক্তৰ সমাগম ঘটিব কামাখ্যা ধামত।

About Staff Reporter

চাব পাৰে

প্ৰেছ ক্লাৱত আয়ুৰ্বেদিক চিকিৎসা শিবিৰ সম্পন্ন

          ষ্টাফৰিপৰ্টাৰ, ২৯ জুন,  বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *