Friday , May 24 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অযোধ্যাৰ বিতৰ্কিত ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়

অযোধ্যাৰ বিতৰ্কিত ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়

 

ষ্টাফৰিপৰ্টাৰ, ১০ মে’ : অযোধ্যাৰ বিতৰ্কিত ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া স্থিতি ঘোষণা কৰা হৈছে। মধ্যস্থতাকাৰীক ১৫ আগষ্ট পৰ্যন্ত সময়সীমা উচ্চতম ন্যায়ালয়ে বান্ধি দিছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ৫ সদস্যৰ সাংবিধানিক বেঞ্চৰ এই নিৰ্দেশ। ভূমি বিবাদ নিষ্পত্তিৰ বাবে গঠন কৰা হৈছিল মধ্যস্থতাকাৰীৰ এক পেনেল।

About Staff Reporter

চাব পাৰে

কেডাৰনাথ দৰ্শন কৰি ৰুদ্ৰাভিষেক কৰিলে মোডীয়ে

  ষ্টাফৰিপৰ্টাৰ,১৮ মে’ : পুনৰ কেডাৰনাথ দৰ্শন কৰি ৰুদ্ৰাভিষেক কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীযে। স্থানীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *