Monday , June 17 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / অশোক গেহলট হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

অশোক গেহলট হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

 

ষ্টাফৰিপৰ্টাৰ, ১৪ ডিচেম্বৰ, অশোক গেহলট হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী। জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত দিল্লীত কংগ্ৰেছে ঘোষণা কৰিলে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আৰু উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে শচীন পাইলটক।

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *