Wednesday , May 22 2019
Home / আঞ্চলিক / অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক সুখবৰ

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক সুখবৰ

 

ষ্টাফৰিপৰ্টাৰ, অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে। TOPS আঁচনিত অন্তৰ্ভুক্ত উৰন্ত হৈছে পৰী হিমা দাস। টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিত অন্তৰ্ভুক্ত হিমা দাস। ৪০০ মিটাৰ দৌৰৰ প্ৰস্তুতিৰ ব্যয় বহন কৰিব কেন্দ্ৰই। আজি প্ৰকাশিত হ’ল শেহতীয়া সংশোধিত তালিকা।
তালিকাত জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰা, ষ্টিপলছেজত অবিনাশ চেবলে, পুৰুষৰ শ্বটপুটত তেজিন্দৰ টুৰ, মহিলাৰ ডিছকাছ থ্ৰ’ত সীমা পুনীয়া, ট্ৰিপল জাম্পত অৰ্পিন্দৰ সিং, ৪০০ মিটাৰ দৌৰত মহম্মদ আনাছ,
৪০০ মিটাৰ হাৰ্ডলছত আয়াস্বামী ধৰুন, লং জাম্পত শ্ৰীশংকৰ মুৰালি, ৮০০ আৰু ১,৫০০ মিটাৰ দৌৰত জিনছন জনছন,ভাৰোত্তোলনত ৰাগালা ভেংকট ৰাহুল আৰু মীৰাবাই ছানু, মল্লযুঁজত সন্দীপ টোমৰ, উত্কৰ্ষ কালে, বজৰং পুনিয়া,দীপক পুনিয়া, বিনেশ ফোগট, ৰিতু ফোগট, পূজা ধাণ্ডা, সাক্ষী মালিক, দিব্যা কাক্ৰাণ আৰু ছাজন অন্তৰ্ভুক্ত, হেপ্টাথেলিট স্বপ্না বৰ্মন তালিকাৰ পৰা বাদ পৰিল। তালিকাৰ পৰা বাদ পৰিল মল্লযোদ্ধা সুশীল কুমাৰো।

About Staff Reporter

চাব পাৰে

ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২০ মে’ : ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তই সোম বাৰে এখন সংবাদমেলৰ আয়োজন কৰে। …

Leave a Reply

Your email address will not be published. Required fields are marked *