Thursday , July 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / অসম আৰক্ষীলৈ গৌৰৱ

অসম আৰক্ষীলৈ গৌৰৱ

 

ষ্টাফৰিপৰ্টাৰ, ৬ মে’ : দিল্লীত অনুষ্ঠিত নৱম ছাউথ এছিয়া হাকোৱাকাই কাৰাটে ছেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসম আৰক্ষীলৈ গৌৰৱ কঢ়িৱাই আনিছে বিক্ৰম ভাণ্ডাৰী নামৰ নগাঁও আৰক্ষীৰ এজন জোৱানে। বিক্ৰমে জাপানত হ’বলগীয়া প্ৰতিযোগীতালৈ যোগ্যতা অৰ্জন কৰিছে যদিও আৰ্থিক অসুবিধাৰ বাবে থমকি ৰ’ব লগা হৈছে। সেয়ে অসমৰ ৰাইজৰ সঁহাৰি বিচাৰিছে এইজন আৰক্ষী জোৱানে।

About Staff Reporter

চাব পাৰে

বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয়

  ষ্টাফৰিপৰ্টাৰ, ৯ জুন,বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয় লাভ কৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী টীম ইণ্ডিয়া। …

Leave a Reply

Your email address will not be published. Required fields are marked *