Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম আৰু অৰুণাচলত ভূমিকম্পৰ জোকাৰণি

অসম আৰু অৰুণাচলত ভূমিকম্পৰ জোকাৰণি

 

ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম আৰু অৰুণাচলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। মঙলবাৰে মাজনিশা ১.৪৬ বজাত জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১। তিনিচুকীয়া, বাংলাদেশ আৰু ম্যানমাৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তি স্থল আছিল অৰুণাচল।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *