Monday , June 17 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ কমিটী গঠন কৰাটো হাস্যকৰ—অখিল গগৈ

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ কমিটী গঠন কৰাটো হাস্যকৰ—অখিল গগৈ

 

ষ্টাফৰিপৰ্টাৰ, ৩ জানুৱাৰী, “অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ কমিটী গঠন কৰাটো হাস্যকৰ। সংবাদমেলত মন্তব্য কৃষক নেতা অখিল গগৈৰ। অসম চুক্তিৰ ৩৫ বছৰৰ পিছত এয়া চৰম অপমান। পূৰ্বেও কমিটী গঠন কৰা হৈছিল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিল কমিটীৰ সদস্য। এয়া জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে চলা আন্দোলন মষিমূৰ কৰাৰ ষড়যন্ত্ৰ বুলিও মন্তব্য অখিল গগৈৰ।‍

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *