Saturday , March 23 2019
Home / সাহিত্য / অসম প্ৰকাশন গোষ্ঠীৰ উদ্যোগত ৩২ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন গোষ্ঠীৰ উদ্যোগত ৩২ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আৰম্ভ

 

ষ্টাফৰিপৰ্টাৰ, ২২ ডিচেম্বৰ, আজিৰে পৰা অসম প্ৰকাশন গোষ্ঠীৰ উদ্যোগত ৩২ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আৰম্ভ হৈছে । মহানগৰীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিস্থানৰ খেলপথাৰত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলা। ২ জানুৱাৰীত অন্ত পৰিব গুৱাহাটী গ্ৰন্থমেলাৰ। গ্ৰন্থমেলাৰ মঞ্চ উছৰ্গা কৰা হৈছে কুকিল কণ্ঠী দীপালী বৰঠাকুৰৰ নামত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন ককৰে গ্ৰন্থমেলাৰ। গ্ৰন্থমেলাত অংশ লৈছে ১২২খন গ্ৰন্থ বিপণীয়ে। বাংলাদেশৰ ১০খন, পশ্চিমবংগৰ ১০খন প্ৰতিষ্ঠানে, দিল্লীৰ ৯খন আৰু ঝাৰখণ্ডৰ এখন প্ৰতিষ্ঠানে
অংশ ল’য়।

About Staff Reporter

চাব পাৰে

“অৰ্গানন’ শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,১৭ফেব্ৰুৱাৰী,,”হোমিঅ’পেথিক চিকিৎসা সম্পৰ্কে আমাৰ জ্ঞান সীমিত,আমি তাৰ বিষয়ে জনা উচিত। এলোবেথিক চিকিৎসা আজিকালি …

Leave a Reply

Your email address will not be published. Required fields are marked *