Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম বন্ধলৈ নৈতিক সমৰ্থন আগবঢ়াইছে এ আই ইউ ডি এফ দলে

অসম বন্ধলৈ নৈতিক সমৰ্থন আগবঢ়াইছে এ আই ইউ ডি এফ দলে

 

ষ্টাফৰিপৰ্টাৰ, ৭ জানুৱাৰী, অসমৰ জনসাধাৰনৰ ওপৰত জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্হাই অহা কালি আহ্বান জনোৱা অসম বন্ধলৈ নৈতিক সমৰ্থন আগবঢ়াইছে এ আই ইউ ডি এফ দলে ৷ এই মন্তব্য কৰি দলৰ সাধাৰন সম্পাদক চম্পক কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা বিবৃতিত জানিবলৈ দিয়ে আৰু এনে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সকলোকে ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰাৰ লগতে অসমীয়াৰ অস্তিত্বৰ বাবে যুজঁ দিবলৈ আৰু অসম চুক্তি অবমাননা হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *