Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / অসম সন্তানৰ জয়যাত্ৰা অব্যাহত

অসম সন্তানৰ জয়যাত্ৰা অব্যাহত

 

ষ্টাফৰিপৰ্টাৰ, ১২ জুন, অসম সন্তানে জয়যাত্ৰা অব্যাহত ৰাখিছে। আগষ্ট মাহত ৰাছীয়াত অনুষ্ঠিত হবলগীয়া ১৬ বছৰ অনুৰ্ধ বিশ্ব স্নুকাৰ চেম্পিয়নশ্বিপৰ প্ৰশিক্ষণৰ বাবে ভাৰতীয় দলৰ হৈ নিৰ্বাচিত হৈছে গুৱাহাটী মহানগৰীৰ ভাঙাগড় নিৱাসী ড০ অশ্বিন কুমাৰ মহন্ত আৰু ববিতা মহন্তৰ একমাত্ৰ সন্তান ১৫ বছৰীয়া অভিনৱ মহন্ত। দশম শ্ৰেণীৰ ছাত্ৰ অভিনৱ, হিন্দুস্থান কেন্দ্ৰীয় বিদ্যালয়, ভাঙাগড়ৰ ছাত্ৰ। জানিব পৰা মতে অভিনৱ মহন্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা প্ৰথম কুইষ্ট ।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ* ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ …

Leave a Reply

Your email address will not be published. Required fields are marked *