Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম সন্তান আদিল হুছেইনলৈ নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

অসম সন্তান আদিল হুছেইনলৈ নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ষ্টাফৰিপোৰ্টাৰ,১৯ আগষ্ট, অসম সন্তান আদিল হুছেইনলৈ নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।নৰৱে’ৰ অস্কাৰ বিবেচিত ৰাষ্ট্ৰীয় বঁটা আমান্দাৰে সন্মানীত হ’ল আদিল হুছেইন। ‘হোৱাট উইল পিপুল ছে’ নামৰ ছবিত কৰা অভিনয়ৰ বাবে অসম সন্তান আদিল হুছেইনক প্ৰদান কৰা হয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। নৰৱে’ৰ অস্কাৰ বিবেচিত আমান্দা বঁটা লাভে কেৱল অসমৰে নহয়, নাম উজলাইছে সমগ্ৰ দেশৰ।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *