Wednesday , June 19 2019
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আই এছ আৰ অ(ISRO) ই সফলতাৰে উত্‍‍ক্ষেপণ কৰিলে আৰ আই এছ এ টি- ২ বি (RISAT-2B) উপগ্ৰহ

আই এছ আৰ অ(ISRO) ই সফলতাৰে উত্‍‍ক্ষেপণ কৰিলে আৰ আই এছ এ টি- ২ বি (RISAT-2B) উপগ্ৰহ

 

ষ্টাফৰিপৰ্টাৰ, ২২ মে’ : আই এছ আৰ অ(ISRO) ই সফলতাৰে উত্‍‍ক্ষেপণ কৰিলে আৰ আই এছ এ টি- ২ বি (RISAT-2B) উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উত্‍‍ক্ষেপণ কৰে উপগ্ৰহটো। এই উপগ্ৰহৰ জৰিয়তে শত্ৰুৰ ওপৰত নজৰ ৰখাৰ লগতে দুৰ্যোগৰ সময়ত সঠিক তথ্য সংগ্ৰহ কৰাত সহায়ক হ’ব। ঘন ডাৱৰ আৰু মূষলধাৰ বৰষুণতো শত্ৰুপক্ষৰ ওপৰত ৰাখিব চোকা দৃষ্টি। আই এছ আৰ অ(ISRO) ৰ মতে, ডাৱৰ থকাৰ সময়ত ৰেগুলাৰ ৰিম’ট চেঞ্জিং বা অপ্টিকেল ইমেজিং উপগ্ৰহই পৃথিৱীৰ ক্ষুদ্ৰ গতিবিধিসমূহ সঠিকভাৱে দেখুৱাব নোৱাৰে। কিন্তু আৰ আই এছ এ টি- ২ বি (RISAT-2B) ত থকা চিন্থেটিক আপাৰ্চাৰ ৰাডাৰে এই অভাৱ দূৰ কৰিব। যিকোনো বতৰত অৰ্থাত মূষলধাৰ বৰষুণ, ঘন ডাৱৰ তথা নিশাৰ আন্ধাৰতো সঠিক ছবি প্ৰেৰণ কৰিব।

About Staff Reporter

চাব পাৰে

ঝাৰখণ্ডৰ দুমকাত মাওবাদীৰ লগত হোৱা সংঘৰ্ষত শ্বহীদ হ’ল অসমৰ সেনাজোৱান

  ষ্টাফৰিপৰ্টাৰ, ২ জুন, ঝাৰখণ্ডৰ দুমকাত মাওবাদীৰ লগত হোৱা সংঘৰ্ষত শ্বহীদ হ’ল অসমৰ এজন সেনাজোৱান। …

Leave a Reply

Your email address will not be published. Required fields are marked *