Monday , January 20 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / আই পি এলত অৰ্ধশতকেৰে অভিলেখ ৰিয়ান পৰাগৰ

আই পি এলত অৰ্ধশতকেৰে অভিলেখ ৰিয়ান পৰাগৰ

 

ষ্টাফৰিপৰ্টাৰ,৪ মে’ : আই পি এলত অৰ্ধশতকেৰে অভিলেখ ৰচনা কৰিলে ৰিয়ান পৰাগে। আই পি এলত অৰ্ধশতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ ৰিয়ান। দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতক ৰিয়ানৰ।
১৭ আই পি এলত অৰ্ধশতকেৰে অভিলেখ ৰিয়ান পৰাগৰ৭ বছৰ ১৭৫ দিনত অৰ্ধশতক অৰ্জন অসম সন্তানৰ। ৪৯ বলত ৫০ ৰান কৰিলে ৰিয়ান পৰাগে ।
দুটা ছিক্সাৰ আৰু চাৰিটা বাউণ্ডেৰীৰে ৰিয়ানৰ অৰ্ধশতক। ৰিয়ানে ভংগ কৰিলে পৃথ্বি শ্ব’ আৰু সঞ্জু ছেমছনৰ ৰেকৰ্ড। ৰাজস্থান ৰয়েলছৰ আটাইকেইজন খেলুৱৈ ব্যৰ্থ হোৱাৰ বিপৰীতে উজলিল ৰিয়ান পৰাগ।

About Staff Reporter

চাব পাৰে

মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত

*মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত* প্ৰতিবেদক, ৰঙিয়া, ৩ নৱেম্বৰ : মধ্য কামৰূপ ক্ৰীড়া …

Leave a Reply

Your email address will not be published. Required fields are marked *