Wednesday , June 19 2019
Home / আঞ্চলিক / আকাশবাণী গুৱাহাটীৰ "গীতি কালিকা' গীতৰ সংকলন উন্মোচন

আকাশবাণী গুৱাহাটীৰ "গীতি কালিকা' গীতৰ সংকলন উন্মোচন

আকাশবাণী গুৱাহাটীৰ “গীতি কালিকা’ গীতৰ সংকলন উন্মোচন

গুৱাহাটীৰ প্ৰতিবেদক, ৬জুলাই, আকাশবাণী গুৱাহাটীৰ “গীতি কালিকা’ গীতৰ সংকলনৰ প্ৰথম খণ্ড শুকুৰবাৰে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত উন্মোচন কৰা হয়। গীতৰ সংকলন খন উন্মোচন কৰে প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ, বিশিষ্ট লেখক ড, এ সূৰ্যা প্ৰকাশছে। এই গীতৰ সংকলন খনত আকাশবাণীৰ অভিলেখাগাৰত থকা অলেখ ৰসোতীৰ্ণ গীতৰ পৰা ৬০ টা আধুনিক গীত নিৰ্বাচন কৰি ইয়াত সন্নিবিষ্ট কৰা হৈছে। এই অনুষ্ঠানত যথেষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *