Tuesday , February 19 2019
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আজিও হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

আজিও হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

আজিও হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্

ষ্টাফৰিপৰ্টাৰ, ৩ ডিচেম্বৰ, আজিও হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰ’লত ৩১ পইচা আৰু ডিজেলত ৩৯ পইচাকৈ হ্ৰাস পালে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য ৭১.৪১ টকা আৰু ডিজেলৰ মূল্য ৬৭.১০ টকা। দেওবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য আছিল ৭১.৭২ টকা আৰু ডিজেলৰ দাম আছিল ৬৭.৪৯ টকা।

About Staff Reporter

চাব পাৰে

জম্মুকাশ্মীৰৰ পুলৱামাৰ ঘটনাক নিন্দা ৰাম নাথ কোবিন্দৰো

  ষ্টাফৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী, জম্মুকাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ নিন্দা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰো। নৃশংস …

Leave a Reply

Your email address will not be published. Required fields are marked *