Monday , January 27 2020
শেহতীয়া খবৰ
Home / Beauty / আজিৰ মডেল(শিশু)

আজিৰ মডেল(শিশু)

ফাৰ্ষ্ট নিউজ ৰিপৰ্টে আৰম্ভ কৰিছে এই নতুন শিতান। এই শিতানত শিশু, পুৰুষ, মহিলা আদি বিভিন্ন বয়সৰ ফেশ্বন জগতৰ প্ৰতি আকৰ্ষিত ব্যক্তিক সংক্ষিপ্ত ধৰণে তুলি ধৰা হয়। আপুনিও নিজকে ইয়াত প্ৰতিফলিত কৰিব পাৰে এগৰাকী ম’ডেল ৰূপে। শ্ৰেষ্ঠ মডেলক আমাৰ ফালৰ পৰা পুৰস্কৃত কৰা হ’ব। লগতে পৰৱৰ্তী পৰ্যায়ৰ সফলতাৰ বাবে উপযুক্ত মঞ্চ প্ৰদান কৰা হ’ব। এই সংক্ৰান্তত সৱিশেষৰ বাবে ৯৪০১১৪৬৭৪২, ৭০৮৬৭৬৩৪৩১ (ফোন, হোৱাটছ আপ), firstnewsreport@gmail.com ত যোগাযোগ কৰক।

আজিৰ ম’ডেল(শিশু)-

শ্বাৰজিল আমান

শ্ৰেণী-১(খ)

বয়স- ৭ বছৰ

সুদৰ্শন পাব্লিক স্কুল

গুৱাহাটী

হবি- আৰ্ট, পেইন্টিং, কালাৰিং।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *