Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / মহানগৰ / আজি কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা

আজি কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা

 

ষ্টাফৰিপৰ্টাৰ, ২২ মে’ : লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা অৰ্থাৎ ২৩ মে’ত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে। ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো ধৰণৰ সুৰা বিপনী বন্ধ থাকিব।

About Staff Reporter

চাব পাৰে

মহানগৰীৰ ইন্‌ টাছ্‌ৰ ষ্টৰত আই ফোন-১১ৰ আগতীয়া বুকিং আৰম্ভণি

বুকিঙৰ জৰিয়তে পুৰস্কাৰ লাভ কৰাৰ সুবিধা পাব গ্ৰাহকসকলে ষ্টাফৰিপৰ্টাৰ, ১৪ চেপ্তেম্বৰঃ মহানগৰীৰ গ্ৰাহক সকলৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *