Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / আজি কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা

আজি কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা

 

ষ্টাফৰিপৰ্টাৰ, ১৪ আগষ্ট : দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। সেইদৰে
লখিমপুৰত – হিমন্ত বিশ্ব শৰ্মাই, ডিব্ৰুগড়ত – চন্দ্ৰমোহন পাটোৱাৰীয়ে, তিনিচুকীয়াত – অতুল বৰাই,ধুবুৰীত – কেশৱ মহন্তই, মাজুলীত – নৱ কুমাৰ দলে, যোৰহাটত – সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই, ধেমাজিত – চুম’ ৰংহাঙে,নগাওঁত – ৰিহণ দৈমাৰীযে, তেজপুৰত – ৰঞ্জিত দত্তই,নলবাৰীত – ফণীভূষণ চৌধুৰীয়ে, বৰপেটাত – প্ৰমীলা ৰাণী ব্ৰহ্মই, গোৱালপাৰাত- পীয়ুষ হাজৰিকাই, দৰং -ত ভৱেশ কলিতাই, শিলচৰত পৰিমল শুক্লবৈদ্যই,
শিৱসাগৰত-চন্দন ব্ৰহ্মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *