Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / আজি মাজুলীলৈ যাব মুখ্যমন্ত্ৰী

আজি মাজুলীলৈ যাব মুখ্যমন্ত্ৰী

 

ষ্টাফৰিপৰ্টাৰ, ১৩ জানুৱাৰী, কাইলৈ মাজুলীলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ২১ জানুৱাৰীত হ’বলগা মিছিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে পুৱা ১০.৩০ বজাত গৃহসমষ্টি মাজুলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী। উন্মোচন কৰিব জিলা উপায়ুক্তই মাজুলীক লৈ প্ৰস্তুত কৰা গীত। মাজুলীৰ জিলা উপায়ুক্তগৰাকীয়ে নিজে লিখাৰ লগতে কণ্ঠদানো কৰিছে গীতটিত। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগমনক লৈ মাজুলীত ক’লা দিন ঘোষণা। যুৱ ছাত্ৰ পৰিষদে ক’লা দিন হিচাপে ঘোষণা কৰিছে মাজুলীত।

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *