Thursday , September 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / আজি মুক্তি পাব “কাঞ্চনজংঘা”

আজি মুক্তি পাব “কাঞ্চনজংঘা”

 

ষ্টাফৰিপৰ্টাৰ, ৫ ছেপ্টেম্বৰ : জুবিন গাৰ্গৰ ১৮ বছৰীয়া প্ৰচেষ্টাৰ ফল “কাঞ্চনজংঘা” কাইলৈ মুক্তি লাভ কৰিব। বহুল প্ৰচাৰিত চলচ্চিত্ৰ খনক লৈ আশা বাদী শিল্পী জুবিন গাৰ্গ। উল্লেখ চলচ্চিত্ৰ খনক লৈ বিগত প্ৰায় এমাহ ধৰি শিল্পী গৰাকীয়ে উজনি নামনিত ব্যাপক প্ৰচাৰ চলাইছিল। বিশেষকৈ মহাবিদ্যালয় সমূহত শিল্পী গৰাকীয়ে চলচ্চিত্ৰ খনৰ বিশেষ প্ৰচাৰ চলাইছিল।

About Staff Reporter

চাব পাৰে

নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিক আদৰণি অসমৰ চলচ্চিত্ৰ সমাজৰ

  ষ্টাফ ৰিপোৰ্টাৰ,,,২৫ জুলাই।।। ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ দীর্ঘদিনীয়া দাবী অসম চলচ্চিত্ৰ নীতিক অনুমোদন জনালে ৰাজ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *