Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / আজি লোকসভাত দাখিল হ’ব ২০১৯-২০ বৰ্ষৰ বাজেট

আজি লোকসভাত দাখিল হ’ব ২০১৯-২০ বৰ্ষৰ বাজেট

 

 

 

ষ্টাফৰিপৰ্টাৰ, ৪ জুলাই, লোকসভাত কাইলৈ দাখিল হ’ব ২০১৯-২০ বৰ্ষৰ বাজেট| মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট।নিৰ্মলা সীতাৰমনৰ প্ৰথমখন বাজেটক লৈ ব্যাপক চৰ্চা হৈছে। দেশৰ প্ৰথমগৰাকী পূৰ্ণাংগ মহিলা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন বাজেটত কেইবাটাও সংস্কাৰমূলক পদক্ষেপ গ্ৰহণৰ সম্ভাৱনা আছে।বাজেটক লৈ অৰ্থনৈতিক আৰু বাণিজ্যিক মহলত জল্পনা-কল্পনা চলিছে। আজি সদনত দাখিল কৰা হ’য় অৰ্থনৈতিক সমীক্ষা।

About Staff Reporter

চাব পাৰে

মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ

  ষ্টাফৰিপৰ্টাৰ, ৩১ মে’ :মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হৈছে। অমিত শ্বাহক গৃহমন্ত্ৰীৰ দায়িত্ব । …

Leave a Reply

Your email address will not be published. Required fields are marked *