Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস পালন

আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস পালন

আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস পালন

ৰঙিয়া ৰ পৰা তুলতুলআহমেদ

ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বালিসত্ৰ ছাত্ৰ সন্থাই আজি পশ্চিম বড়িগোগ বালিসত্ৰ হাইস্কুলত বিভিন্ন কাৰ্য্যসূচীৰে অসমৰ জাতীয় জীৱনৰ পুৰুধা ব্যক্তি অতিকৈ শ্ৰদ্ধাৰ বিষ্ণু ৰাভাক দেৱক সোঁৱৰন কৰি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় l
উপস্থিত থাকে সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান,ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকা,সাঃসম্পাদক নিউটন কলিতা,বিত্ত সম্পাদক বুবুল আলী,সহকাৰী সাঃ সম্পাদক জয়ন্ত শৰ্মা।উদ্ধোধনী মূলক বক্তব্যত তৌফিকুৰ ৰহমানে ৰাভা দেৱৰ আৰ্দশৰে অনুপ্ৰাণিত হবলৈ ছাত্ৰ সমাজক আহ্ব্ন জনাই।

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *