Thursday , April 9 2020
শেহতীয়া খবৰ
Home / মহানগৰ / আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

 

ষ্টাফৰিপোৰ্টাৰ ২৭ ফেব্ৰুৱাৰী : আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালনৰ আয়োজন কৰা হৈছে। মহানগৰীৰ খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হবলগীয়া এই দিৱসৰ লগত সংগতি ৰাখি স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ, ৰচনা লিখা আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব। অনুষ্ঠানত কেন্দ্ৰৰ প্ৰকল্প সমন্বয়ক বাসুদেৱ মণ্ডল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ জুতিকা ওজাই “কৰোনা ভাইৰাচ” ওপৰত বক্তব্য আগবঢ়াব।

About Staff Reporter

চাব পাৰে

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় ৰীতা দাস হজৰিকাই দুখীয়াৰ মাজত বিলালে সামগ্ৰী

  ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : : বিশ্ব সন্ৰাস সৃষ্টি কাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত …

Leave a Reply

Your email address will not be published. Required fields are marked *