Thursday , February 27 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / আন্তঃৰাষ্ট্ৰীয় কাৰাটেত প্ৰত্যয়ৰ ব্ৰঞ্জ

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত প্ৰত্যয়ৰ ব্ৰঞ্জ

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,২৭ নৱেম্বৰ।।। নেপালত ২২,২৩,২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হোৱা “নোবেল ইন্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ (২০১৯)”ত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰত্যয় দেৱ শৰ্মাই চিনিয়ৰ শাখা কুমিটেত ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিউচি চম্পক ডেকাৰ নেতৃত্বত অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত নেপাল,ভাৰত,বাংলাদেশ,পাকিস্তান,ভূটান,শ্ৰীলংকা আৰু মালয়েছিয়াৰ পাঁচ শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, প্ৰত্যয় দেৱ শৰ্মা জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দেৱ শর্মাৰ পুত্ৰ।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত উচ্চতৰ মাধ্যমিক ছাত্ৰৰ মাণ্ডলিক ভিত্তিৰ ফুটবলত নলবাৰী চেম্পিয়ন

*ৰঙিয়াত উচ্চতৰ মাধ্যমিক ছাত্ৰৰ মাণ্ডলিক ভিত্তিৰ ফুটবলত নলবাৰী চেম্পিয়ন* প্ৰতিবেদক, ৰঙিয়া, ১৯ নৱেম্বৰ : অসম …

Leave a Reply

Your email address will not be published. Required fields are marked *