Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

 

ষ্টাফৰিপৰ্টাৰ,,,,,৬ ,ফেব্ৰুৱাৰী।।। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে শুকুৰবাৰে ইয়াৰ গুৱাহাটীত ইয়াৰ দ্বিতীয় খন বিপণী অনুষ্ঠানিক ভাৱে মুকলি কৰিলে। গুৱাহাটীৰ জু-ৰোড, আৰ জি বি ৰোডৰ ৰাধা ভৱনৰ গ্ৰাউণ্ড ফ্ল’ৰত অৱস্থিত এই নতুন বিপণী খনত ১৫টাতকৈ অধিক শাখাত ১০০ তকৈ অধিক সামগ্রীৰ প্ৰায় ২০০০ তকৈ অধিক প্ৰকাৰ আগবঢ়াই অঞ্চলতটোৰ লাইফ ষ্টাইল আৰু ফেশ্বনৰ বজাৰখনক এক আকৰ্ষণৰ লক্ষ্য কৰি লোৱা হৈছে। আজিৰ এই মুকলি অনুষ্ঠানত উপস্থিত থাকি মুমুছ’ ইণ্ডিয়াৰ প্ৰবন্ধক অভিনৱ আগৰৱালাই কয়”-প্ৰায় ১১০০ বৰ্গফুটজুৰি বিস্তৃত হৈ থকা আমাৰ এই নতুন বিপণী খনত ষ্টেচনাৰী, ক্ষুদ্ৰ ইলেকক্ট্ৰ’নিকছ,লাইফ ষ্টাইল সামগ্ৰী, স্কীন কেয়াৰ, প্ৰসাধন সামগ্ৰী, ঘৰুৱা আচবাব, পেট কেয়াৰ আদি সামগ্রীৰ বিক্রীৰ ব্যৱস্থা কৰা হৈছে”। তেওঁ লগতে কয়”-আমি পূব আৰু উত্তৰ -পূৱৰ বজাৰত চলিত বৰ্ষতে ১৫ খনতকৈ অধিক বিপণী মুকলি কৰাৰ পৰিকল্পনা কৰিছোঁ”। আনহাতে মুমুছ ইণ্ডিয়াৰ বিপণন প্ৰবন্ধক অভিনৱ আগৰৱালে কয়”-অসমত দ্বিতীয় খন বিপণী মুকলিৰে ইয়াত আমাৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰিবলৈ পাই আমি উৎসাহী হৈ পৰিছো। এতিয়াৰে পৰা গ্ৰাহকে নিজৰ নিত্য প্ৰয়োজনীয় বিচাৰি আন ঠাইলৈ যাব নালাগে”। আনহাতে মুমুছ ইণ্ডিয়াৰ খুচুৰা বিক্ৰী বিভাগৰ মুৰব্বী অমিত কুমাৰ শৰ্মাই মুমুছ’ত কোৰিয়ান ক’ছমেটিকছৰ শ্ৰেষ্ঠ মানৰ ছাল পৰিচৰ্যাৰ সামগ্ৰী আৰু ৰঙৰ সমাহাৰ ঘটোৱা হ’ব বুলি নিজৰ ভাষণ প্ৰসংগত ব্যক্ত কৰে।

About Staff Reporter

চাব পাৰে

গডৰেজ ইণ্টেৰিয়’ই এক নতুন ৰূপ দি বিপণী মুকলি কৰিলে

গডৰেজ ইণ্টেৰিয়’ই এক নতুন ৰূপ বিপণী মুকলি কৰিলে নতুন ৰূপ পোৱা বিপণীখনে গুৱাহাটীত সম্পূৰ্ণ কৰিলে …

Leave a Reply

Your email address will not be published. Required fields are marked *