Thursday , July 18 2019
শেহতীয়া খবৰ
Home / World / আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ দেহাৱসান

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ দেহাৱসান

 

ষ্টাফৰিপৰ্টাৰ,১ ডিচেম্বৰ,আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ দেহাৱসান ঘটিছে। ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে আমেৰিকাৰ ৪১সংখ্যক ৰাষ্ট্ৰপতিগৰাকীয়ে। ১৯৮৯ৰ পৰা ১৯৯৩লৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল জৰ্জ এইচ ডব্লিউ বুশ্বে।

About Staff Reporter

চাব পাৰে

The Secrets Of Rich And Famous Writers

Don’t act so surprised, Your Highness. You weren’t on any mercy mission this time. Several …

Leave a Reply

Your email address will not be published. Required fields are marked *