Friday , May 24 2019
শেহতীয়া খবৰ
Home / Fashion / আসাম টক্চৰ মহা আয়োজন "ৰুমাল"*

আসাম টক্চৰ মহা আয়োজন "ৰুমাল"*

*আসাম টক্চৰ মহা আয়োজন “ৰুমাল”*

সংগীত জগতৰ অন্যতম জনপ্ৰিয় শিল্পী তথা নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে বিশেষ ভাৱে সক্ষম যুৱক যুৱতী সকলৰ বাবে নিজে নামাকৰণ কৰি দিয়া ”ৰুমাল”ৰ ৰিয়েলেটি শ্ব’ জনপ্ৰিয় চেনেল আছাম টকছৰ এক মহা আয়োজন কৰা হৈছে । শদিয়াৰ পৰা ধুবৰীলৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হব এই ৰিয়েলেটি শ্ব’ৰ দহটাকৈ অডিশ্যন থাকিব ।তাৰে অহা ইং ২২/৬/২০১৮ তাৰিখে বিশ্বনাথতো অনুষ্ঠিত কৰা হব ৰিয়েলেটি শ্ব’ৰ এই অডিশ্যন।সেইহে এই অডিশ্যনত অংশ গ্ৰহন কৰিব বিচৰা প্ৰতিযোগি সকলক নিম্ন উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনোৱা হল।

আমিৰ খান: ৯৭০৬০৫৯৪৭৪

মহেন্দ্ৰ পগাগ : ৮৬৩৮২৯৩৫৬৮

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *