Wednesday , January 29 2020
Home / ৰাজনীতি / ইটানগৰত বিশাল জনসভাত মোডী

ইটানগৰত বিশাল জনসভাত মোডী

 

ষ্টাফৰিপৰ্টাৰ, ৯ ফেব্ৰুৱাৰী, ইটানগৰত বিশাল জনসভাক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। স্থানীয় নিচি উপভাষাত আৰম্ভ কৰিলে নিজৰ ভাষণ। অৰুণাচলৰ যোগাযোগ খণ্ডত আমূল পৰিৱৰ্তন কৰিব বুলি ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীৰ। শক্তিখণ্ডতো বিপুল পৰিৱৰ্তন সাধন কৰা হ’ব বুলি নিজৰ ভাষণত ঘোষণা কৰে মোদীয়ে।

“অৰুণাচলক আধুনিক আন্তঃগাঁথনিৰ প্ৰয়োজন। নিউ ইণ্ডিয়াৰ জৰিয়তে উঃ-পূবৰ দ্ৰুতগতিত উন্নতি সাধন হ’ব। কেন্দ্ৰই পুঁজি আৰু ইচ্ছাশক্তিৰ অভাৱ হ’‍বলৈ দিয়া নাই। ৪৪ হাজাৰ কোটিৰ সাহায্য প্ৰদান কৰা হৈছে অৰুণাচলক। “ইটানগৰৰ বিশাল জনসভাত মোদীৰ মন্তব্য।

About Staff Reporter

চাব পাৰে

লোকসভাত উত্থাপন কৰা হ’ব কেব

  ষ্টাফৰিপৰ্টাৰ,৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *