Thursday , July 18 2019
শেহতীয়া খবৰ
Home / Sports / ইতিহাস ৰচিলে অসম কন্যা হিমা দাসে।

ইতিহাস ৰচিলে অসম কন্যা হিমা দাসে।

ইতিহাস ৰচিলে অসম কন্যা হিমা দাসে।

গুৱাহাটীৰ প্ৰতিবেদক, ১২ জুলাই, বিশ্ব এথলেটিকছত ৪০০ মিটাৰত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হ’ল হিমা ,দাসে। ৫১.৪৬ ছেকেণ্ডৰ সময়েৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰে অসম কন্যাগৰাকীয়ে। ফিনলেণ্ডত ২০ বছৰ অনূৰ্ধ্ব এথলেটিকছ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। জয়ৰ পিছতে গামোচা পিন্ধালে খেলুৱৈগৰাকীক। প্ৰথমগৰাকী ভাৰতীয় ৰূপে স্বৰ্ণ অৰ্জন কৰিলে হিমাই।
স্বৰ্ণ জয়ৰ পিছতে অসম কন্যা হিমা দাসে ডিঙিত পিন্ধি ল’লে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা।

About Staff Reporter

চাব পাৰে

20 Ways To Sell Your Product Faster

Don’t act so surprised, Your Highness. You weren’t on any mercy mission this time. Several …

Leave a Reply

Your email address will not be published. Required fields are marked *