Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন ঘোষণা

উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন ঘোষণা

 

ষ্টাফৰিপৰ্টাৰ, ১৭ মে’ : উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে। ২৫ মে’ত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ফলাফল প্ৰকাশ কৰিব এ এইছ এছ ই চি-এ।উচ্চতৰ মাধ্যমিক পৰীক্ষাত এইবাৰ ২,৪২,৮৪৩ গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১,৮৬,১৮৭গৰাকী কলা শাখাৰ শিক্ষাৰ্থী,
৩৭,৪৫৫গৰাকী বিজ্ঞান শাখাৰ শিক্ষাৰ্থী আৰু
১৮,২৯১গৰাকী শিক্ষাৰ্থী বাণিজ্য শাখাৰ। কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফল।
www.hsinfo.in, wwwahsec.nic.in, www.indiaResults.com
www.knowyourresult.com, www.ExamResult.net,
www.resultd.shiksha, www.exametc.com
www.schools9.com, www.jagranjosh.com
httpp://resultsamarujala.com, www.assamresult.in
www.iResults.net, আৰু www.EduAssam.com
ফলাফল লাভ কৰিব উপলব্ধ নামৰ মোবাইল এপৰ জৰিয়তেও।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *