Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি

 

ষ্টাফৰিপৰ্টাৰ, ১৩ আগষ্ট : উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি কৰা হৈছে । এই দায়িত্বভাৰ গ্ৰহণ কৰিলে মনোৰঞ্জন কাকতিয়ে। প্ৰাথমিক শিক্ষা বিভাগৰ উপ–সঞ্চালক কাকতি। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে কাকতিক। তেওঁক কাৰ্যালয়ত এ এইচ এছ ই চিৰ কৰ্মী সন্থাই সম্বৰ্ধনা জনায়।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *