Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / উচ্চ শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ডিকম চাহ বাগিচাৰ তিনি ছাত্রীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

উচ্চ শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ডিকম চাহ বাগিচাৰ তিনি ছাত্রীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

উচ্চ শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ডিকম চাহ বাগিচাৰ তিনি ছাত্রীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

গুৱাহাটীৰ প্ৰতিবেদক, ৬জুলাই,চিটাগঙৰ এছিয়ান ইউনিভাৰ্ছিটি ফৰ উইমেন-ত উচ্চ শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ডিকম চাহ বাগিচাৰ সোণালী কেৰকেটা তথা বন্দনা পাটৰ আৰু শুকানগুৰি চাহ বাগিচাৰ পল্লৱী দাস পানিকাক ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে আৰু সম্বৰ্ধনা জনায়।মুখ্যমন্ত্ৰী গৰাকীয়ে ,,
“কঠোৰ পৰিশ্ৰমৰদ্বাৰা সফলতাৰ শিখৰত আৰোহণ কৰি তেওঁলোকে অসমৰ নাম উজলাই তুলিব বুলি আশা ৰাখিলোঁ বুলি কয়।

About Staff Reporter

চাব পাৰে

বিশিষ্ঠা মঞ্চাভিনেত্ৰী ৰীণা ডেকা বৰুৱাক কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা প্ৰদান

  ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, জে বি প্ৰডাকচনৰ অন্যতম নিষ্ঠাবান অভিনেত্ৰী কিৰণময়ী বৰাৰ ২০১৬বৰ্ষৰ ১২জুনত মৃত্যু …

Leave a Reply

Your email address will not be published. Required fields are marked *