উচ্চ শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ডিকম চাহ বাগিচাৰ তিনি ছাত্রীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা
গুৱাহাটীৰ প্ৰতিবেদক, ৬জুলাই,চিটাগঙৰ এছিয়ান ইউনিভাৰ্ছিটি ফৰ উইমেন-ত উচ্চ শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ডিকম চাহ বাগিচাৰ সোণালী কেৰকেটা তথা বন্দনা পাটৰ আৰু শুকানগুৰি চাহ বাগিচাৰ পল্লৱী দাস পানিকাক ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে আৰু সম্বৰ্ধনা জনায়।মুখ্যমন্ত্ৰী গৰাকীয়ে ,,
“কঠোৰ পৰিশ্ৰমৰদ্বাৰা সফলতাৰ শিখৰত আৰোহণ কৰি তেওঁলোকে অসমৰ নাম উজলাই তুলিব বুলি আশা ৰাখিলোঁ বুলি কয়।