Thursday , July 18 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উত্তৰ- পূবত মুকলি হ’ল জনপ্ৰিয় ৰেষ্টুৰেন্ট য়’ক চিজলাৰ্চৰ প্ৰথমখন বিপনী

উত্তৰ- পূবত মুকলি হ’ল জনপ্ৰিয় ৰেষ্টুৰেন্ট য়’ক চিজলাৰ্চৰ প্ৰথমখন বিপনী

 

ষ্টাফ ৰিপোৰ্টাৰ,,, ১ মে।।।। জনপ্ৰিয় ৰেষ্টুৰেন্ট য়’ক’ চিজলাৰ্চৰ উত্তৰ পূৱৰ প্ৰথমখন বিপনী বুধবাৰে দক্ষিণ শৰণীয়াৰ এফ ফ’ৰ্টত অভিনেত্ৰী নিশিতা গোস্বামী আৰু বিপনী খনৰ ফেন্সাইজীৰ স্বত্বাধিকাৰী নীনা ব্ৰহ্ম আৰু অভিনেত্ৰী নিশিতা গোস্বামীয়ে অনুষ্ঠানিকভাৱে মুকলি কৰে। এই সন্দৰ্ভত স্বত্বাধিকাৰী নীনা ব্ৰহ্মই কয়”আমি গুৱাহাটীলৈ য়’ক’ ছিজলাৰ্চক আনিবলৈ পাই অতি সুখী অনুভৱ কৰিছো আৰু কম মূল্যত গুৱাহাটী বাসীক বিশ্বমানৰ খাদ্যৰ সোৱাদ দিবলৈ সক্ষম হ’ম বুলি আশা কৰিছোঁ”। উল্লেখযোগ্য যে এই য়া’ক’ চিজলাৰ্চৰ মেনুত আছে মাটন, চিকেন, ছীফুড নিৰামিষ চিজলাৰৰ লগতে আন বহুতো ভিন্নতা আৰু অন্যান্য সুস্বাদু মিঠা খাদ্য।

About Staff Reporter

চাব পাৰে

চাওমিয়ে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম পূৰ্ণতা অপাৰেচন মুকলি কৰে

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৮ জুন।।। ভাৰতৰ এক নম্বৰ স্মাৰ্টফোন আৰু টি. ভি ব্ৰাণ্ড চাওমিয়ে মঙলবাৰে মুকলি …

Leave a Reply

Your email address will not be published. Required fields are marked *