Wednesday , March 20 2019
Home / ব্যৱসায়-বাণিজ্য / উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি ১৬০ ৪ভি মুকলি

উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি ১৬০ ৪ভি মুকলি

উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি ১৬০ ৪ভি মুকলি

গুৱাহাটীৰ প্ৰতিবেদক, ৫জুলাই, উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি আৰ ১৬০ ৪ভি বৃহস্পতিবাৰে মহানগৰীৰ তাজ ভিৱান্তা হোটেলত মুকলি কৰা হয়। প্ৰিমীয়ম টু হুইলৰাচ ইন্টাৰণাচনাল বিজনেছ এণ্ড টি ভি এছ ৰচিঙৰ ভাইচ প্ৰেচিডেন্ট (মাৰ্কেটিং) অৰুণ সিদ্ধার্থ ই এই মটৰ চাইকেলখন মুকলি কৰি কয় ” এইখন নতুন দিক দৰ্শনকাৰি অতি শক্তিশালী ১৬০ চি চি মটৰচাইকেল। টি ভি এছ আপাচি আৰ টি ১৬০ ৪ভি ৰিছিং ৰেড, মেটলিক ব্লু আৰু নাইট ব্লেক তিনিটা ৰঙত পোৱা যাব। ইয়াৰ বজাৰ মূল্য ৮৪,৫০০ টকাৰ পৰা আৰম্ভ হ”ব।

About Staff Reporter

চাব পাৰে

ভোগালী জলপান গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৩ মাৰ্চ ,,,অসম তথা উত্তৰ পূৰ্বাঞ্চলত পিঠা-পনা আৰু জলপানেৰে এক নতুন স্বাদ প্ৰদান …

Leave a Reply

Your email address will not be published. Required fields are marked *