Monday , August 26 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উত্তৰ পূৰ্বাঞ্চলত মুকলি হ’ল Ele ব্ৰেণ্ডৰ ই- ৰিক্সা

উত্তৰ পূৰ্বাঞ্চলত মুকলি হ’ল Ele ব্ৰেণ্ডৰ ই- ৰিক্সা

 

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,৩০ জুন।।।ইলেকট্ৰনিক বাহনৰ ক্ষেত্ৰ খনত নতুন সংযোজন ঘটাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বজাৰৰ বাবে Ele  ব্ৰেণ্ডে মুকলি কৰে চাৰিখনকৈ নতুন ই- ৰিক্সাৰ অত্যাধুনিক মডেল। Ele, Ele steel, Ele -1000 Steel আৰু Ele- 1000  উন্নত মানৰ এই চাৰিখন-ৰিক্সা গ্ৰাহকৰ বাবে দেওবাৰে গুৱাহাটীৰ টাউন ক্লাৱত অনুষ্ঠানিক ভাৱে মুকলি  কৰা হয়। মুকলি অনুষ্ঠানত উপস্থিত থাকি Ele ই-ৰিক্সাৰ নিৰ্মাণকাৰী দেশীয় প্ৰতিষ্ঠান বেষ্টৱে এজেন্সি প্ৰাইভেট লিমিটেড ৰ পৰিচালন সঞ্চালক বিকাশ আগৰৱালাই কয়”দেশৰ সৰু ডাঙৰ প্ৰায়বোৰ চহৰ নগৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে Ele ই-ৰিক্সাই। আনহাতে, অসমৰ বিতাৰক প্ৰতিষ্ঠান অ’ট চিটিৰ স্বত্বাধিকাৰী ললিত ভটিয়াই এই সন্দৰ্ভত কয়”-অসমৰ বজাৰত সৰ্বাধিক সমাদৃত Ele- ই ৰিক্সা এতিয়া পূৰ্বতকৈও বেছি বজাৰ দখল কৰিবলৈ সক্ষম হ’ব কাৰণ এই নতুন ৰিক্সা পূৰ্বতকৈ ধুনীয়া আৰু উন্নত মানৰ আৰু তুলনামূলক ভাৱে কম মূলত লাভ কৰিব গ্ৰাহকে”।

About Staff Reporter

চাব পাৰে

সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৪ আগষ্ট।।। আপকাৰ্ড বিজিনেছ প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড তথা সৈন্য অৰ্ধ সামৰিক বাহিনীৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *