Monday , August 26 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উলুবাৰীত “এন ই ট্ৰফী ৱৰ্ল্ড” মুকলি

উলুবাৰীত “এন ই ট্ৰফী ৱৰ্ল্ড” মুকলি

 

ষ্টাফৰিপৰ্টাৰ, ১১ আগষ্ট : “এটা ট্র’ফিয়ে এটা বিশেষ মুহূৰ্তক সাক্ষী কৰি ৰাখে। এটা ট্র’ফিয়ে স্মৰণীয় মুহূৰ্তক সজীৱ কৰি ৰাখে। তাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে উলুবাৰীত “এন ই ট্ৰফী ৱৰ্ল্ড” নামৰ এটা শ্ব’ৰুম মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেল যোগে প্ৰতিষ্ঠান খনৰ সহযোগী অমিত খৰিয়া, সমাজসেৱক শ্ৰীৰাম খৰিয়া, অশোক কুমাৰ আগৰৱলা, অংকিত আগৰৱলা উপস্থিত থাকি এন ই ট্ৰফী ৱৰ্ল্ড” মুকলি কৰে। উল্লেখ এন ই ট্ৰফী ৱৰ্ল্ড” ত বিভিন্ন ধৰণৰ আকৰ্ষণীয় ট্ৰফী সুলভ মূল্যত পোৱা যাব বুলি সংবাদমেল যোগে জনায়।

About Staff Reporter

চাব পাৰে

সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৪ আগষ্ট।।। আপকাৰ্ড বিজিনেছ প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড তথা সৈন্য অৰ্ধ সামৰিক বাহিনীৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *