Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এক্সিত পলক (EXIT POLL) ক লৈ ড০ হীৰেণ গোহাঁইৰ গুৰুত্বপূৰ্ণ মন্তব্য

এক্সিত পলক (EXIT POLL) ক লৈ ড০ হীৰেণ গোহাঁইৰ গুৰুত্বপূৰ্ণ মন্তব্য

 

ষ্টাফৰিপৰ্টাৰ, ২১ মে’ : এক্সিত পলক (EXIT POLL) ক লৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁই মঙলবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় ‘মই এক্সিত পলক (EXIT POLL) বিশ্বাস নকৰো’।
মানুহক ভয় খুৱাবলৈ দিয়া হৈছে এক্সিত পল ,(EXIT POLL) । পুনৰ বিজেপি চৰকাৰলৈ আহিলে আমি আগৰ দৰে যুঁজি যাম।”
বিস্ফোৰণৰ সৈতে বুদ্ধিজীৱীৰ নাম সাঙোৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় “বিস্ফোৰণৰ পাছত আৰক্ষীয়ে বহু কথা গম পায়, আগতে নাপায় কিয়?’।

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *