Wednesday , June 19 2019
Home / ৰাজনীতি / এক্সিত পল অনুসৰি এন ডি এক সংখ্যাগৰিষ্ঠতা

এক্সিত পল অনুসৰি এন ডি এক সংখ্যাগৰিষ্ঠতা

 

ষ্টাফৰিপৰ্টাৰ, ১৯ মে’ :এক্সিত পল অনুসৰি এন ডি এক সংখ্যাগৰিষ্ঠতা দিয়া হৈছে। প্ৰতিটো এক্সিত পল (exit poll) এ দিলে এন ডি এক ক সংখ্যাগৰিষ্ঠতা। সেই অনুসৰি দেশৰ পৰৱৰ্তী চৰকাৰ বিজেপি তথা এন ডি এৰ।
সেয়া সত্য হ’লে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী! ৰিপাব্লিক চি – ভোটাৰ ৰ সমীক্ষা এন ডি এ – ২৮৭ ইউ পি এ -১২৮, এম জি বি- ৪০, অন্যান্য- ৮৭।

Republic jan ki baat ৰ সমীক্ষা
NDA-305, UPA-124, MGB-26, OTH-87

Times now- VMRৰ EXIT POLL
NDA- 306, UPA- 132, OTH-104

NEWS NATIONৰ EXIT POLL
NDA-286, UPA-122, OTH-134

NDTVৰ EXIT POLL
NDA- 300+, UPA-127, OTH-115
ExitPoll LokSabhaElections2019

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *