Saturday , January 18 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / এক বিৰল নিদৰ্শন:: কেৰেলাৰ বিষ্ণু মন্দিৰত আয়োজন কৰা হল মুছলমানৰ ইফটাৰ

এক বিৰল নিদৰ্শন:: কেৰেলাৰ বিষ্ণু মন্দিৰত আয়োজন কৰা হল মুছলমানৰ ইফটাৰ

যি সময়ত দেশত সাম্প্ৰদায়িকতাই পৰিবেশ অস্থিৰ কৰি তুলিছে,সেই সময়তেই এক ব্যতিক্ৰমী পদক্ষেপেৰে দেশত চৰ্চা লাভ কৰিছে কেৰেলাৰ মাল্লাপুৰামৰ লক্ষী নৰসিংহ বিষ্ণু মন্দিৰে।
মন্দিৰ কৰ্তৃপক্ষই স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোকৰ কাৰণে মন্দিৰত ইফটাৰৰ আয়োজন কৰে।
মন্দিৰৰ এজন কৰ্মকৰ্তাই এইবুলি মন্তব্য কৰে যে, এই মন্দিৰ খনৰ নিৰ্মাণ কাৰ্যত মুছলমান লোক সকলৰ অৱদান আছে। আৰু বৰ্তমান দেশত যিধৰণে সম্প্ৰদায়িকতা বিৰাজ কৰিছে তাক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশে এনে পদক্ষেপ লোৱাটো জৰুৰী আছিল।

About Staff Reporter

চাব পাৰে

পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী : পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গ’ল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *