Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / এছিয়ান গেম্ছৰ মহিলা ১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ দূতি চান্দৰ

এছিয়ান গেম্ছৰ মহিলা ১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ দূতি চান্দৰ

ষ্টাফৰিপোৰ্টাৰ, ২৬ আগষ্ট, এছিয়ান গেম্ছৰ মহিলা ১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ দূতি চান্দৰ। ছেমিফাইনেলত তৃতীয় স্থানেৰে ফাইনেলত দূতি। ১১.৪৩ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ অতিক্ৰম কৰিলে ভাৰতীয় খেলুৱৈগৰাকীয়ে।

About Staff Reporter

চাব পাৰে

ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

  ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট …

Leave a Reply

Your email address will not be published. Required fields are marked *