Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / এছিয়া বেডমিণ্টন কাউন্সিলৰ উপ-সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা

এছিয়া বেডমিণ্টন কাউন্সিলৰ উপ-সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা

ষ্টাফৰিপৰ্টাৰ, ২৬ মে’ : এছিয়া বেডমিণ্টন কাউন্সিলৰ উপ-সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত হৈছে। চীনত অনুষ্ঠিত হৈছিল এছিয়া বেডমিণ্টন এছ’চিয়েছনৰ নিৰ্বাচন। মুঠ ৪০টা ভোটৰ ৩৫টাই লাভ কৰি নিৰ্বাচিত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা।

About Staff Reporter

চাব পাৰে

বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয়

  ষ্টাফৰিপৰ্টাৰ, ৯ জুন,বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয় লাভ কৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী টীম ইণ্ডিয়া। …

Leave a Reply

Your email address will not be published. Required fields are marked *