Sunday , April 5 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / এতিয়াৰে পৰা ভূটানলৈ যাবলৈ দিব লাগিব মাছূল

এতিয়াৰে পৰা ভূটানলৈ যাবলৈ দিব লাগিব মাছূল

 

ষ্টাফৰিপোৰ্টাৰ, ৫ ফেব্ৰুৱাৰী : এতিয়াৰে পৰা ভূটানলৈ যাবলৈ দিব লাগিব মাছূল। ভূটানত প্ৰৱেশ কৰিলে আদায় দিব লাগিব মাছূল। ভূটান চৰকাৰে নিৰ্ধাৰণ কৰিছে ভাৰতীয় পৰ্যটকৰ দৈনিক কৰ নিৰিখ।
০ৰ পৰা ৫ বছৰীয়া শিশুৰ বাবে নাই কোনো মাছূল। ৬ৰ পৰা ১২ বছৰৰ শিশুৰ বাবেমাছূলৰ নিৰিখ ৬০০ টকা।  ১৩ বছৰৰ ওপৰৰ সকলৰ বাবে ১২০০ টকা ধাৰ্য। সোমবাৰে ভূটান সংসদত গৃহীত প্ৰৱেশ কৰৰ নিৰ্দেশনা।

About Staff Reporter

চাব পাৰে

তাজমহল চাবলৈ যাওঁতে ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী*

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালে তাজমহল …

Leave a Reply

Your email address will not be published. Required fields are marked *