Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আভিজিত শৰ্মাৰ

এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আভিজিত শৰ্মাৰ

 

ষ্টাফৰিপৰ্টাৰ, ১৫ জুন,এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আভিজিত শৰ্মাই। ‘যি লোকে জাতিক বিক্ৰী কৰে, দেশকো বিক্ৰী কৰিব পাৰে’। নিজ মাতৃক বিক্ৰী কৰিবলৈ কুণ্ঠবোধ নকৰে’।আমাক এখন শুদ্ধ এন আৰ চি লাগে বুলি কয় আভিজিত্‍ শৰ্মাই।
এজনো বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হ’ব নোৱাৰিব এন আৰ চিত।’প্ৰয়োজনত সময় বৃদ্ধি কৰক কিন্তু এখন শুদ্ধ এন আৰ চি প্ৰকাশ হওক’
মন্তব্য কৰে এ পি ডব্লিউৰ সভাপতি আভিজিত শৰ্মাই।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *