Monday , June 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এন ডি এফ বিৰ যুদ্ধবিৰতি চুক্তি ৬ মাহলৈ বৃদ্ধি

এন ডি এফ বিৰ যুদ্ধবিৰতি চুক্তি ৬ মাহলৈ বৃদ্ধি

 

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, এন ডি এফ বিৰ যুদ্ধবিৰতি চুক্তি ৬ মাহলৈ বৃদ্ধি। এন ডি এফ বি(পি) আৰু এন ডি এফ বি(আৰ)ৰ যুদ্ধবিৰতিৰ চুক্তিৰ সময় বৃদ্ধি। প্ৰথমবাৰলৈ একলগে দুয়োটা গোট বহিব বৈঠকত। কেন্দ্ৰীয় গৃহ বিভাগে সদৰী কৰিছে এই তথ্য।

About Staff Reporter

চাব পাৰে

এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আভিজিত শৰ্মাৰ

  ষ্টাফৰিপৰ্টাৰ, ১৫ জুন,এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আভিজিত শৰ্মাই। …

Leave a Reply

Your email address will not be published. Required fields are marked *