Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এবছুৰ কোকৰাঝাৰ জিলা শাখাৰ ৫০সংখ্যক বাৰ্ষিক সন্মিলন

এবছুৰ কোকৰাঝাৰ জিলা শাখাৰ ৫০সংখ্যক বাৰ্ষিক সন্মিলন

 

ষ্টাফৰিপৰ্টাৰ, ২৯ ডিচেম্বৰ, কোকৰাঝাৰৰ পাটগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে এবছুৰ কোকৰাঝাৰ জিলা শাখাৰ ৫০সংখ্যক বাৰ্ষিক সন্মিলন। আজি সন্মিলনৰ দ্বিতীয় দিনা পতাকা উত্তোলন কৰে এবছুৰ জিলা সভাপতি জনক উজীৰে। সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে কৰ্মশালাৰ লগতে সাংস্কৃতিক, খেল–ধেমালিৰ আদি কাৰ্যসূচীৰো। কাইলৈ অনুষ্ঠানত উপস্থিত থাকিব এবছুৰ সভাপতি প্ৰমোদ বড়ো।

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *